স্বাস্থ্য সেৱাৰ আঁচনিৰ সম্পৰ্কত তৃণমূল পৰ্য্যায়ত সজাগতা সৃষ্টিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মীসকলৰ মুখ্যমন্ত্ৰীয়ে আহবান জনায়।আজি সৰুসজাইত অনুষ্ঠিত হোৱা দ্বিতীয় আশা ৰাষ্ট্ৰীয় অভিবৰ্তনত অংশগ্ৰহণ কৰি কয় যে বিগত দুবছৰত ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হৈছে।ৰাজ্যত ১৯ খন কেঞ্চাৰ হস্পিতেলৰ কাম চলি আছে।আশাকৰ্মীৰ মহিলাৰ পৰিতোষক৩০০ টকালৈ বৃদ্ধি কৰা হৈছে ।অনুষ্ঠানত১০ গৰাকী আশা কৰ্মীক বঁটা প্ৰদান কৰা উপৰিও স্বাস্থ্য সেৱাৰ বিভিন্ন ক্ষেত্ৰলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱা বিভিন্ন জিলা সমূহক বঁটা প্ৰদান কৰে।অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জে ভি এন সুব্ৰমণিয়াম, ডক্টৰ নিবেদিতা বৰঠাকুৰ,বিধায়ক ঋতুপৰ্ণ বৰুৱা,আঙুৰলতা ডেকা উপস্থিত থাকে।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা