অনুৰাগ শইকীয়াৰ সাফল্য

প্ৰতিভাৱান সংগীত পৰিচালক অনুৰাগ শইকীয়া মাৰাঠী ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনীত হৈছে।মানঝা নামৰ মাৰাঠী ছবিখনৰ শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড মিউজিকৰ বাবে এই বঁটাৰ মনোনীত কৰিছে।উল্লেখযোগ্য যে যতীন ৱাগলে পৰিচালনা কৰা এই ছবিখন ২০১৭চনতে মুক্তি লাভ কৰিছিল।ইয়াৰ পূৰ্বেও অনুৰাগ শইকীয়াই যুগদ্ৰষ্টা নামৰ অসমীয়া ছবিখনৰ বাবে ৰজত কমল বঁটা লাভ কৰিছিল।

Comments (0)
Add Comment