জাকাৰ্টৰ অভিমুখে চয়নিকা


ক্ৰীড়াৰ ক্ষেত্ৰলৈ সুখবৰ কঢিয়াইছে গহপুৰৰ চয়নিকা গগৈয়ে।৮জানুৱাৰীত জাকাৰ্টত অনুষ্ঠিত হ’ব লগা এছিয়ান চাইক্লিং চেম্পিয়নশ্বিপত চয়নিকাই ভাৰতৰ ৫জনীয়া দলটোৰ লগত অংশগ্ৰহণ কৰিব।১৩বছৰ বয়সৰ পৰাই দক্ষ চাইক্লেলিষ্ট হোৱা সপোন দেখা চয়নিকা ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহুকেইটা স্বীকৃতি লাভ কৰিছে ।চয়নিকাৰ সাফল্যত অঞ্চলবাসী আনন্দিত হৈ পৰিছে।

Comments (0)
Add Comment