দীপামণিৰ কৃতিত্ব

১৬বছৰৰ পিছত ট্ৰেকত দৌৰি সুনাম কঢ়িয়ালে দীপামণি ডেকাই।মাত্ৰ ২মাহত ২ঘণ্টা সময়  অনুশীলন কৰিয়েই তেওঁ বিজয়ী হ’ল।মঙ্গলদৈৰ উদমাৰী গাঁৱৰ দীপামণিয়ে অলপতে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 27th Assam masters athletic championship ত তিনিটাকৈ স্বৰ্ণ পদক অৰ্জন কৰে।পৰৱৰ্তী সময়ত অন্ধপ্ৰদেশৰ দপ্তৰ জিলাত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment