শ্ৰীময়ী সন্মানেৰে সন্মানিত লেখা গোস্বামী

অসম আৰু উত্তৰ পূৰ্বাঞ্চল জনজাতীয় সাজপাৰ প্ৰসাৰত গুৰুত্ব দিয়া ফেশ্বন ডিজাইনাৰ লেখা গোস্বামীক শ্ৰীময়ী ২০১৮ সন্মানেৰে সন্মানিত কৰিছে।নিউজ18অসম নৰ্থ ইষ্টে আয়োজন কৰা এক অনুষ্ঠানত ২০গৰাকী বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত মহিলাক বঁটা প্ৰদান কৰিছে।অসমীয়া সাজপাৰৰ অন্যতম ৰিহাক সঠিক ৰূপত পৰিধান কৰা আৰু নতুন ডিজাইন কৰাৰ ক্ষেত্ৰত লেখা গোস্বামীয়ে গুৰুত্ব দি আহিছে ।তেখেতৰ আঁচল বুটিকত সকলো ধৰণৰ সাজপাৰ উপলব্ধ ।

Comments (0)
Add Comment