সম্বৰ্ধনা জ্ঞাপন

প্ৰতিষ্ঠা কালৰ পৰা শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাত পূৰ্বৰ দৰে সাফল্য অব্যাহত ৰাখিছে ইডুকেট চুপাৰ নামৰ শৈক্ষিক প্ৰতিষ্ঠান টোৱে। উল্লেখযোগ্য যে সদ্য ঘোষিত নেট পৰীক্ষাৰ ফলাফলত এই প্ৰতিষ্ঠান টোৰ পৰা ১০ গৰাকী ,ইঞ্জিনীয়াৰিঙৰ বাছনি পৰীক্ষাত এয়াৰক্ৰাফ্ট মেইণ্টেন্স এগৰাকী ছাত্ৰই ৯৮ তম স্থান লাভ কৰিছে।ইয়াৰ ওপৰিও সৰ্ব ভাৰতীয় বাচনি পৰীক্ষাত JEE ত ৩গৰাকীয়ে আৰু CEE ত ৰাজ্যিক পৰ্যায়ত ৪ গৰাকীয়ে স্থান লাভ কৰে। এই উদ্দেশ্য ৬ মে’ত এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি স্থান প্ৰাপ্ত সকলো ছাত্ৰ -ছাত্ৰী সকলক প্ৰতিষ্ঠানটোৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Comments (0)
Add Comment