স্মৃতিচাৰণ সভা অনুষ্ঠিত

সৈনিক স্কুল গোৱালপাৰাৰ প্ৰাক্তন ছাত্ৰ সংগঠন উদ্যোগত প্ৰয়াত গদাপাণি পাঠকৰ সপ্তম মৃত্যু  বাৰ্ষিকী উপলক্ষে আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।স্মৃতিচাৰণ সভাত গদাপাণি পাঠকৰ কৰ্ম আৰু আদৰ্শৰ সম্পৰ্কে সতীৰ্থ সকলে মন্তব্য ৰাখে।স্মৃতিচাৰণ সভাত উপস্থিত থাকি তেখেতৰ পত্নী স্বপ্নালী পাঠকে পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়।স্মৃতিচাৰণ সভাত গোৱালপাৰাৰ প্ৰাক্তন ছাত্ৰ সংগঠনৰ সভাপতি আনোৱাৰ হুছেইন শইকীয়া আৰু দিগন্ত শইকীয়াৰ লগতে বহুকেইজন প্ৰাক্তন ছাত্ৰ  উপস্থিত থাকে।

Comments (0)
Add Comment