হৰ্ণবিল উজলিছে

আজিৰ পৰা ১০ ডিচেম্বৰলৈ শুভাৰম্ভ হৈছে নগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেল । সেই উপলক্ষ্যে পুৱাৰে পৰা কিচামা গাৱত এক উদুলি মুদুলি পৰিবেশে বিৰাজ কৰিছে। জনজাতীয় হাতেৰে বনোৱা বিভিন্ন ধৰণৰ সা-সামগ্ৰী আদিৰ স্থানীয় খাদ্য সম্ভাৰৰ ষ্টল সমূহে বিশেষ কৈ কিচামা গাৱৰ হৰ্ণবিলৰ পৰিৱেশ গমগমীয়া কৰি তুলিছে।

স্থানীয় বিভিন্ন জনজাতিৰ লোক নৃত্য সাজ পোচাকে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰি তুলিছে। পৰ্যটকক সকলক আদৰিবলৈ KITE Manja সাজু হৈ আছে। মাত্ৰ ১০০ মিটাৰ দুৰত KITE Manja য়ে পৰ্যটকক থকাৰ বাবে অস্থায়ী কেম্পৰ সুবিধা কৰি দিছে। KITE Manja ৰ সকলোখিনি সহযোগিতা আগবঢ়াইছে nefocus.com য়ে। উল্লেখযোগ্য যে একমাত্ৰ Online Media Partner হিচাপে nefocus.com য়ে KITE Manja ক আগবঢ়াই দিয়াত সহযোগ কৰিছে । অতিকম খৰছতে KITE Manja ই কেম্পৰ উপৰিও পৰম্পৰাগত জনজাতীয় খাদ্য ফেচামা গাৱৰ পৰা যোগাৰ কৰি দিয়ে। আগ্ৰহী সকলে আগতীয়াকৈ বুকিঙৰ বাবে 8811982566 অথবা info.kitemanja@gmail.com যোগাযোগ কৰিব পাৰে।

Comments (0)
Add Comment