৮ জন শিক্ষাৰ্থীক আৰ্থিক সাহাৰ্য্য প্ৰদান

সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সহযোগত আজি আমেৰিকা নিবাসী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডাক্তৰ নয়ন দাসে ব্যক্তিগত ভাৱে বিদ্যালয়ৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ আঠজন ছাত্ৰ-ছাত্ৰীক আৰ্থিক অনুদান আগবঢ়ায়৷ এই অনুদান প্ৰতি মাহে ১০০০ টকাকৈ দিয়া হ’ব।আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ভৰলুমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা,প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক ধ্ৰুৱ জ্যোতি মৰল,ডাক্তৰ জীতেন দাস,অধ্যাপিকা কিৰ্তিকা দাস,অধ্যক্ষ দ্বীজেন্দ্ৰ বৰঠাকুৰৰ লগতে সমূহ শিক্ষক কৰ্মচাৰী।

Comments (0)
Add Comment