সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সহযোগত আজি আমেৰিকা নিবাসী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ডাক্তৰ নয়ন দাসে ব্যক্তিগত ভাৱে বিদ্যালয়ৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ আঠজন ছাত্ৰ-ছাত্ৰীক আৰ্থিক অনুদান আগবঢ়ায়৷ এই অনুদান প্ৰতি মাহে ১০০০ টকাকৈ দিয়া হ’ব।আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে ভৰলুমুখ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱা,প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পাদক ধ্ৰুৱ জ্যোতি মৰল,ডাক্তৰ জীতেন দাস,অধ্যাপিকা কিৰ্তিকা দাস,অধ্যক্ষ দ্বীজেন্দ্ৰ বৰঠাকুৰৰ লগতে সমূহ শিক্ষক কৰ্মচাৰী।
Trending
- দখলা কলিতাপাৰাত আদৰ্শ অঙ্গনাবাদী কেন্দ্ৰৰ আধাৰশিলা স্থাপন- বিধায়ক হেমাংগ ঠাকুৰীয়াৰ
- ৰাজ্যপালৰ সৈতে ভাৰত আৰু ৰাষ্ট্ৰীয় যুৱ মহোৎসৱৰ পৰ্যালোচনা বৈঠক
- কামৰূপৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ উদ্যোগত সোনাপুৰ মহাবিদ্যালয়ত বিশ্ব এইডছ দিৱস উদযাপন
- ৰাজপথত সুৰক্ষিত যাতায়াত বাহাল ৰখাত সতৰ্ক পৰিবহণ বিভাগ
- লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত গুৱাহাটীত চ্যুকাফা দিবস উদযাপন
- প্ৰথমবাৰৰ বাবে গুৱাহাটীত খেলিব চীন-জাপানৰ শ্বাটলাৰে
- Young prodigy Avaneesh Kashyap clinches top spot in Guwahati Chess Classics 2024
- লোকসেৱা ভৱনত মন্ত্ৰী অশোক সিংহল আৰু মুখ্য সচিবৰ উপস্থিতিত ‘মিছন ফ্লাড ফ্ৰী গুৱাহাটীৰ গুৰুত্বপূৰ্ণ বৈঠক
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এঘাৰ মাহত ৬০৮২ টা গৰু জব্দ , ৯৬ জন ভাৰতীয় আৰু ৩৫ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ
- এলজি ইলেকট্রনিকছ ইণ্ডিয়া আৰু কোৰিয়ান কালচাৰেল চেণ্টাৰ ইণ্ডিয়াৰ সৰ্বভাৰতীয় কে- পপ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফাইনেলে অনুষ্ঠিত