আই আই টি গুৱাহাটী প্ৰবক্তাৰ সহযোগত পৰীক্ষণ হৈছে অপটিকেল চ’লিউচন

ফ্ৰী স্পেছ অপ্টিকেল কমিউনিকেচন চিষ্টেম ডেভেলপ কৰি চৰ্চালৈ আহিছে দুই প্ৰবক্তা।তেওঁলোক হ’ল ক্ৰমে আই আই টি গুৱাহাটীৰ প্ৰবক্তা বসন্ত ৰঞ্জন বৰুৱা আৰু অভয়াপুৰী কলেজৰ প্ৰবক্তা শান্তনু কোঁৱৰ।এই ছিষ্টেমটো জৰিয়তে পোহৰৰ যোগেদি বাৰ্তা পঠিয়াব পাৰিব।জানিব পৰা মতে এই ছিষ্টেমটো জৰিয়তে বৃহৎ পৰিমাণৰ ডাটা ট্ৰেন্সপাৰ হ’ব।

এই ছিষ্টেমটোৱে উপগ্ৰহ পৰা ভূ ভাগলৈ অথবা উপগ্ৰহৰ পৰা উপগ্ৰহলৈও পোহৰৰ জৰিয়তে বার্তা পঠিয়াবলৈ সক্ষম হ’ব।উল্লেখযোগ্য যে এই চিষ্টেমটো ৱাই ফাইৰ সমতুল্য হ’ব।

Comments (0)
Add Comment