আদিল হুছেইন অভিনীত দিল্লী ক্ৰাইমে লাভ কৰিছে আন্ত:ৰাষ্ট্ৰীয় বঁটা

দিল্লী ক্ৰাইমে ৪৮ তম আন্ত:ৰাষ্ট্ৰীয় এমী এৱাৰ্ডচত সৰ্বশ্ৰেষ্ঠ ড্ৰামা চিৰিজ বঁটা লাভ কৰিবলৈ সক্ষম হয়।এই ৱেব চিৰিজখনত অভিনয় কৰিছে অভিনেতা আদিল হুছেইনে।
এই খবৰ হুছেইনে টুইটাৰ যোগে এই খবৰ ঘোষণা কৰিআৰু তেওঁৰ সহ কৰ্মী শেফালী শ্বাহকো অভিনন্দন জনায়।দিল্লী ক্ৰাইম ভাৰতীয় কানডিয়ান ৰিছি মেহতাই পৰিচালনা কৰিছিল।এই চিৰিজখন দিল্লীৰ শিহৰণকাৰী নিৰ্ভয়া দলবদ্ধ ধৰ্ষণৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা  হৈছিল।

Comments (0)
Add Comment