উদ্যান,পথ বীজাণুমুক্ত কৰিব পৰাকৈ দ্ৰোণ সাজি উলিয়াইছে আই আই টিৰ ছাত্ৰই

আই আই টি গুৱাহাটীৰ গৱেষক ছাত্ৰৰ দলে এটা দ্ৰোণ সাজি উলিয়াইছে।দ্ৰোণটোৰ জৰিয়তে বৃহৎ অঞ্চল চেনিটাইজ কৰিব পৰা যাব বুলি দলটোৱে প্ৰকাশ কৰিছে।
 
 
 
 
 
দ্ৰোণটোৰ জৰিয়তে এজন চাফাই কৰ্মীয়ে কৰা কাম বহু কম সময়তে কৰিব পৰা যাব ।উল্লেখযোগ্য যে বিশেষকৈ উদ্যান ,পথত স্প্ৰে কৰিব পৰাকৈ দলটোৱে নিৰ্মাণ কৰি উলিয়াইছে ।
 
 
 
 
জানিব পৰা মতে ম’বাইল এপ্লিকেচনৰ দ্বাৰা দ্ৰোণটো পৰিচালনা কৰিব পৰা যাব।স্মৰ্তব্য যে ইতিপূৰ্বেও মিৰ্জাৰ এজন ব্যক্তিয়ে বীজাণু মুক্ত কৰা এজন প্ৰৱেশ দ্বাৰ প্ৰস্তুত কৰিছিল।

Comments (0)
Add Comment