গঁড়ৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰিছে দুই ক্ৰিকেটাৰে

বিশ্ব গঁড় দিৱস দিনাই মুক্তি পাব এশিঙীয়া গঁড়ৰ ওপৰত নিৰ্মিত এখন তথ্যছবি।এই তথ্যছবিখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি প্রাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনে নিৰ্মাণ কৰিছে।
 
তেখেতে কৰা টুইট অনুসৰি আজি দুপৰীয়া ১ বজাত আৰু নিশা ৯ বজাত এই তথ্যচিত্ৰ খন নেশ্যনেল জিঅ’গ্ৰাফী চেনেলৰ জৰিয়তে সম্প্ৰচাৰিত হ’ব।আনহাতে বিশ্ব গঁড় দিৱসত ভাইৰেল হৈছে ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ বক্তব্য। তেখেতে কয় যে গঁড় সুৰক্ষাৰ বাবেই বেটিং কৰি আছো।

Comments (0)
Add Comment