গুৱাহাটী উচ্চ ন্যায়ালয়ত নিযুক্ত হ’ল নতুন মুখ্য ন্যায়াধীশ

গুৱাহাটী উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশে নিযুক্তি লাভ কৰিলে।ন্যায়াধীশ নংমেইকাপাম কটিশ্বৰ সিঙক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।
 
ন্যায়াধীশ অজয় লাম্বাৰ স্থানত নিযুক্তি দিয়া হৈছে সিঙক।২১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয় কাৰ্যভাৰ গ্ৰহণ কৰিব নংমেইকাপাম কটিশ্বৰ সিঙে।

Comments (0)
Add Comment