গৃহভূমিত উষ্ম আদৰণি জনালে ৩খেলুৱৈক

কাৰাটে এচ’চিয়েচন অৱ ইণ্ডিয়াৰ দ্বাৰা অনুমোদিত সংস্থা অল ভাৰত চোট’কান কাৰাটে ডি ফেডাৰেচনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গোৱালপাৰাৰ ৩জন খেলুৱৈয়ে।ইনামূল হক, হামিদুল ৰহমান, ছাইদুৰ ৰহমানে অলপতে স্বৰ্ণ পদক লাভ কৰিবলৈ   সক্ষম হয় ।উল্লেখযোগ্য যে যোৱা ২৬ এপ্ৰিলত উত্তৰ প্ৰদেশত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শনৰে তেওঁলোকে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে। 

Comments (0)
Add Comment