চিকিৎসাকৰ্মীৰ বিশেষ পদক্ষেপ-ক’ভিড কেয়াৰ চেণ্টাৰত পাতিলে তোলনি বিয়া

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অধীনৰ লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ খবৰ এয়া। মৰাণ বামুনবাৰী ছবি দেখা কণমানি গৰাকী ক’ভিড কেয়াৰ চেণ্টাৰতে পুস্পিতা হয়। মাক আৰু কণমানি গৰাকীয়ে মানসিক ভাৱে সেই সময়ত কিছু ভাগি পৰিছিল।কিন্তু ৰিজাল্ট নিগেটিভ ওলোৱা পিছতে স্বাস্থ্যকৰ্মী সকলে অনুষ্টুপীয়াকৈ নিয়ম কৰে। উল্লেখযোগ্য যে স্বাস্থ্য কৰ্মী সকলে কণমানি গৰাকীক গা ধুৱাই নতুন সাজ পাৰ পিন্ধাই আনন্দ কৰে।এই ছবি আৰু ভিডিঅ ইতিমধ্যে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।

Comments (0)
Add Comment