চীনৰ মহাকাশ অভিযানত সংযোজিত হৈছে এক নতুন অধ্যায়

চীনৰ মহাকাশ অভিযান এক নতুন অধ্যায় সংযোজিত হৈছে।চীনৰ ৩ জন মহাকাশচাৰীয়ে মহাকাশৰ বুকুত খোজ কঢ়া ছবি আৰু ভিডিঅ’ অলপতে চীনৰ মেনড স্পেছ এজেন্সিয়ে ৰাজহুৱা কৰিছে।এই মহাকাশচাৰী কেইজন হ’ল তাং হংব’,নিউ হাইছে আৰু লিউ ব’মিঙ।এক ৰিপৰ্টত প্ৰকাশিত তথ্য মতে মহাকাশত তেওঁলোকে ৩ মাহ সময় কটাব।তেওঁলোকক কঢ়িওৱা যানখনৰ নাম ছেনজৌ ১২।
আনহাতে ২০২২ চনৰ ভিতৰত চীনে মহাকাশত এটা আস্থান নিৰ্মাণ কৰিব।

Comments (0)
Add Comment