তেণ্ডুলকাৰৰ মহানুভৱতা-সাহাৰ্য্য সামগ্ৰী আগবঢ়ালে কৰিমগঞ্জৰ চিকিৎসালয়লৈ

প্ৰসিদ্ধ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে কৰিমগঞ্জৰ এখন চিকিৎসালয়লৈ বৃহৎ পৰিমাণৰ চিকিৎসা সামগ্ৰী আগবঢ়াইছে।
ইউনিচেফৰ গুডউইল এম্বেচাদৰ শচীন তেণ্ডুলকাৰে কৰিমগঞ্জ মকুন্দ হস্পিতাললৈ আগবঢ়োৱা চিকিৎসা সামগ্ৰীয়ে প্ৰায় ২০ হাজাৰ দুখীয়া পৰিয়ালৰ শিশুক উপকৃত কৰিব।উল্লেখযোগ্য যে তেণ্ডুলকাৰ ফাউণ্ডেশ্যন আৰু ইক্রাম ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ সাহাৰ্য্য সামগ্ৰী আগবঢ়াইছে।

Comments (0)
Add Comment