ফাইনাৰে ৫০লাখ টকা আৰোগ্য নিধিলৈ আগবঢ়াইছে

ফাইনাৰৰ সভাপতি পবিত্ৰ বুঢ়াগোহাই আৰু তেওঁৰ সহযোগী বজৰং লোহিয়াই যোৱাকালি অসমৰ স্বাস্থ্য আৰু জনকল্যাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৫০লাখ টকাৰ চেক আৰোগ্য নিধিলৈ আগবঢ়ায়। শ্ৰমিক সকলে স্ব ইচ্ছাই ফাইনাৰে ৰাজ্যৰ সংকটৰ সময়ত  আগবাঢ়ি আহিছে । ফাইনাৰে অনুভৱ কৰে যে এই মহামাৰীৰ সমস্যাত নিজৰ জাতিৰ হকে আগুৱাই অহাটো ব্যৱসায়তকৈ অত্যাৱশ্যকীয়।

Comments (0)
Add Comment