বিহু সম্পৰ্কীয় বিষয় পাঠ্যক্ৰমত অন্তভুক্ত হ’ব

২২মে’ৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত বৰ্ষৰ ফলাফল।উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমৰ অৰ্ন্তগত বিহু সম্পৰ্কীয় বিষয় সামৰি লৈছে বুলি জানিব পৰা গৈছে ।ঐচ্ছিক বিষয় হিচাপে শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পাৰিব।উল্লেখযোগ্য যে অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত বিহু সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট হ’ব।

Comments (0)
Add Comment