সংস্কৃতি আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা আয়োজন

ভাৰতত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব সাংস্কৃতিক সৌন্দৰ্য্য প্ৰতিযোগিতা মিষ্টাৰ এণ্ড মিছ ইনক্ৰেডিবল ইণ্ডিয়া ।গুড ইন ইণ্ডিয়াই আয়োজন কৰা প্ৰতিযোগিতাখনত ২৯খন ৰাজ্যৰ পৰম্পৰাগত পোচাক, সংস্কৃতি ৰেম্পত প্ৰদৰ্শন কৰিব । এই প্ৰতিযোগিতাখনৰ অডিচন ডনবক্স’ প্ৰতিষ্ঠানত অনুষ্ঠিত হ’ব ।আনহাতে প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

Comments (0)
Add Comment