সদ্ ভাৱনা দিৱস উদযাপন

প্ৰতি বছৰে ২০ আগষ্ট দিনটো সদ্ ভাৱনা দিৱস হিচাপে পালন কৰা হয়। এই সদভাৱনা দিৱস ভূতপূৰ্বৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম দিনৰ লগত সংগতি ৰাখি উদযাপন কৰা হয়।
 
 
 
এইবাৰ ৭৬ সংখ্যক জন্ম দিন উপলক্ষে বিভিন্ন ঠাইত উলহ মালহেৰে এই দিৱস উদযাপন কৰিছে। বিশেষকৈ কংগ্ৰেছে ঐক্য আৰু সম্প্ৰীতিৰ দিৱস হিচাপে এই সদভাৱনা দিৱস হিচাপে উদযাপন কৰে।
 
 
 
আনহাতে ভাৰত পৰ্যটন বিভাগেও এই সদ ভাৱনা দিৱসৰ সংগতি ৰাখি শপত বাক্য পাঠ কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰে । এই কাৰ্যসূচীত উপস্থিত থাকে ভাৰত পৰ্যটনৰ বিভিন্ন বিষয়া কৰ্মচাৰী।

Comments (0)
Add Comment