২০ জুনত মুকলি হ’ব শৰাইঘাটৰ দলং

শৰাইঘাটৰ পুৰণি দলংখন ২০জুনত মুকলি হ’ব ।এই কথা জানিবলৈ দিছে উত্তৰ পূব সীমান্ত ৰেলৱে।উল্লেখযোগ্য যে গধুৰ যান বাহনৰ বোজা বহন কৰাৰ বাবে দলং খন যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছিল।যাৰ বাবে  যাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হৈছিল।সেয়েহে মেৰামতিৰ বাবে দলংখন বন্ধ কৰি দিছিল।জানিব পৰা মতে মেৰামতি প্ৰায় সম্পূৰ্ণ হৈছে।২০জুনত দলংখন পুনৰ মুকলি হ’ব ।

Comments (0)
Add Comment