ৰাজনীতিত ভৰি দিলে সাংবাদিক খগেন কলিতাই

সাংবাদিকতা এৰি ৰাজনীতিত ভৰি থলে জ্যেষ্ঠ সাংবাদিক খগেন কলিতাই।ৰাজীৱ ভৱনত আয়োজিত এক অনুষ্ঠানত খগেন কলিতাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।
 
 
দীর্ঘদিন ধৰি সাংবাদিকতাৰে জড়িত কলিতাই ৰাজনীতিত যোগদান কৰা উদ্দেশ্যৰে কিছুদিন পূৰ্বে সংবাদক্ষেত্ৰত ত্যাগ কৰিছিল।এই যোগদান অনুষ্ঠানত কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল।

Comments (0)
Add Comment