ৰাজ্যত নাথাকে সপ্তাহিক লকডাউন

ৰাজ্যত সপ্তাহিক লকডাউন প্ৰত্যাহাৰ কৰিছে । ক’ৰণা ভাইৰাছৰ বাবে শনিবাৰ আৰু দেওবাৰে ৰাজ্যজুৰি সপ্তাহিক লকডাউন বাহাল আছিল আৰু লগতে সান্ধ্য আইন দিয়া হৈছিল।
 
সান্ধ্য আইন অথবা সপ্তাহিক লকডাউন প্ৰত্যাহাৰ কৰা হৈছে বুলি অসম চৰকাৰৰ মুখ্য সচিব সঞ্জয় কৃষ্ণই অলপতে টুইটাৰ যোগে সদৰী কৰে।

Comments (0)
Add Comment