Browsing Category
সুখবৰ
৩১ মাৰ্চৰ ভিতৰত যান বাহনৰ যাবতীয় কৰ আদায় দিয়াৰ বাবে কামৰূপ মহানগৰ জিলা পৰিবহন…
ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা )…
অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিৰ বঁটা ঘোষণা
অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ সমিতিয়ে ২০২০-২১ বৰ্ষত প্ৰদান কৰিব লগা বঁটা ঘোষণা কৰিছে।উল্লেখ্য যে ক'ৰণা বাবে এইবাৰ…
প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময়ত ভাগ ল`ব এন চি চিৰ বায়ু শাখাৰ গুৱাহাটীৰ চাৰিসহ উত্তৰ…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাৰ্চ মাহৰ শেষৰ ফালে দেশৰ সৰ্ববৃহৎ সুসংগঠিত যুৱ সংগঠন তথা ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা…
৬৭ লাখ প্ৰজাতিৰ ডি এন এ সংৰক্ষণ কৰিব চন্দ্ৰত
আমাৰ পৃথিৱীৰ বাহিৰেও মহাকাশৰ চন্দ্ৰটো মানৱ প্ৰজাতি সংৰক্ষণ কৰাৰ বাবে প্ৰয়াস কৰিছে।ইয়াৰ অংশস্বৰূপে আমেৰিকা…
বড়োলেণ্ডত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ
বিটিআৰৰ দুই প্ৰতিদ্বন্দ্বী ৰাজনৈতিক শক্তি ইউনাইটেড পিপলছ পাৰ্টি, লিবাৰেল(য়ুপিপিএল) আৰু বড়োলেণ্ড পিপলছ…
ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ সাফল্য – আজুৰি আনিলে ৭ টাকৈ পদক
মহানগৰীৰ ধাৰাপুৰ টাইকোৱানডো অকাডেমীয়ে বৰপেটা জিলাত যোৱা ১৪ আৰু ১৫ মাৰ্চত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক আমন্ত্ৰণমূলক…
অসম সত্ৰ মহাসভাৰ সেতুবন্ধন অনুষ্ঠান সফলতাৰে সম্পন্ন
অসমত বসবাস কৰা সনাতন ধৰ্মীয় লোকৰ মাজত ঐক্য, সংহতি, ভাতৃত্ববোধ ৰক্ষাৰ বাবে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে অসম…
আন্তঃৰাষ্ট্ৰীয় এথলেটিকছত জিলিকিল কাৰ্বি আংলঙৰ প্ৰকাশ ছেত্ৰী
কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ ২৪নং দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খাকৰাজান নিৱাসী ওম বাহাদুৰ ছেত্ৰী আৰু মীৰা…
অসম জাতীয় পৰিষদত যোগদান কৰিলে অভিনেত্ৰী জেৰিফা আহমেদে
সোমবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰে অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী জেৰিফা ৱাহিদে।ইতিপূৰ্বে…
ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা
বিগত কেইবাবছৰ ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্রত কাম কৰি অহা কনজুমাৰ ভয়চ, দিল্লী আৰু কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ'ৰাম,…