২৫ মে’ত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

0 485

২৫ মে’ত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল ।এইবাৰৰ উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সৰ্বমুঠ ২, ৪২, ৮৪৩ গৰাকী পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।পৰীক্ষা ৭৭২টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল ।উল্লেখযোগ্য যে ২৫ মে’ৰ পুৱা ৯ বজাত কলা, বিজ্ঞান, বাণিজ্য তিনিটা শাখাৰে ফলাফল ঘোষিত হ’ব।

Leave A Reply

Your email address will not be published.