টি -২০ বিশ্ব কাপ ভাৰতত অনুষ্ঠিত হ’ব

টি -২০ বিশ্ব কাপ ভাৰতত অনুষ্ঠিত হ’ব

ক্ৰীড়াৰ অনুৰাগী সকলৰ বাবে সুখবৰ । ২০২১ বৰ্ষত ভাৰতত অনুষ্ঠিত হ’ব টি- ২০ বিশ্বকাপ ।এই কথা সদৰী কৰিছে আই চি চিয়ে। উল্লেখযোগ্য যে ক’ৰণা ভাইৰাছ বাবে  ২০২০ বৰ্ষৰ টি-২০ বিশ্বকাপ স্থগিত ৰখা হৈছিল।

 

আনহাতে ২০২১ বৰ্ষত নিউজিলেণ্ডত অনুষ্ঠিত হ’ব লগা মহিলাৰ বিশ্বকাপ ২০২২ বর্ষত মাৰ্চ মাহলৈ স্থগিত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

Related Posts

১০০০তকৈও অধিক অফাৰৰ সৈতে এইচডিএফচি বেংকে মুকলি কৰিলে ফেষ্টিভ ট্ৰীটছ ২.০

প্ৰথম সংস্কৰণ অভূতপূৰ্ব সফলতা পিছত এইচডিএফচি বেংকে আজি মুকলি কৰিছে বিত্তীয় বাৰ্ষিক সেৱা অফাৰ ফেষ্টিত ট্ৰিটছ ২.০ । ইয়াতে সংযোজিত...

Read more
ADVERTISEMENT