টি -২০ বিশ্ব কাপ ভাৰতত অনুষ্ঠিত হ’ব

0 240

ক্ৰীড়াৰ অনুৰাগী সকলৰ বাবে সুখবৰ । ২০২১ বৰ্ষত ভাৰতত অনুষ্ঠিত হ’ব টি- ২০ বিশ্বকাপ ।এই কথা সদৰী কৰিছে আই চি চিয়ে। উল্লেখযোগ্য যে ক’ৰণা ভাইৰাছ বাবে  ২০২০ বৰ্ষৰ টি-২০ বিশ্বকাপ স্থগিত ৰখা হৈছিল।
 
আনহাতে ২০২১ বৰ্ষত নিউজিলেণ্ডত অনুষ্ঠিত হ’ব লগা মহিলাৰ বিশ্বকাপ ২০২২ বর্ষত মাৰ্চ মাহলৈ স্থগিত কৰা হৈছে।

Leave A Reply

Your email address will not be published.