আজি ১৪ নবেম্বৰ । পণ্ডিত নেহৰু জন্ম দিন। সমগ্ৰ দেশে আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰে। নেহৰুৱে শিশু সকলক ভাল পাইছিল। আচলতে আমি সকলোৱে শিশু সকলক ভাল পাব লাগে, শ্ৰদ্ধা কৰিব লাগে আৰু শিশুসকলৰ আধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি সজাগ, সচেতন হ’ব লাগে। বহু সময়ত আধিকাৰ আৰু সুৰক্ষাৰ খৰ্ব হোৱা দেখা যায়। আজিও বহু ফুলকুমলীয়া শিশুক হোটেল, ইটা ভাটা, ফ্লেট সমূহত কাৰোবাৰ ঘৰত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। ই আমাৰ বাবে অতি পৰিতাপৰ কথা । আজি শিশু কালিলৈ দেশৰ ধৰণী। গতিকে শিশুসকলৰ শৈশৱটো যাতে পংগু নহয় তাৰ বাবে আমি সকলোৱে সচেষ্ট থকা উচিত । নেহৰু ক শ্ৰদ্ধা জনাই শিশু দিবস পালনৰ প্ৰাসংগিতা তেতিয়াহে হ’ব, যেতিয়া সকলো দিশ সুকলমে কাৰ্য্যকৰী হ’ব। পুনৰ সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনাইছো।
Trending
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল
- দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪
- জনসজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন
- পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন -লাইখুটা স্থাপন