ৰঙিয়াত বিধায়কৰ পুঁজিৰে ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই।এম্বুলেঞ্চ খন মুকলি কৰি বিধায়কগৰাকীয়ে কয় “ক’ভিডৰ পৰিৱেশত বৰ্তমান ৰাইজক এখন এম্বুলেঞ্চৰ অতিকৈ প্ৰয়োজন । মন্দিৰ মছজিদৰ নিৰ্মাণ পিছে পৰেও হ’ব পাৰিব ক’ভিডৰ আতংক আতৰাৰ পিছত।এতিয়া এম্বুলেঞ্চৰ প্ৰয়োজন। “ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত আয়োজন এক অনুস্থানত বিধায়ক গৰাকীয়ে এম্বুলেঞ্চখন ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক নবনীতা বৰাৰ হাতত অৰ্পণ কৰে । লগতে এম্বুলেঞ্চখনৰ যত্ন লৈ ভালদৰে ৰাখিলে অদূৰ ভৱিষ্যতে ৰাইজে স্বাস্থ্য খণ্ডত যথেষ্ট সকাহ লাভ কৰিব বুলি তেখেতে জনায়।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি