ৰং বিৰঙ- ফটোগ্ৰাফী শিতান

0 241

নীলিম আকাশত উৰি ফুৰা মুক্ত চৰাইজনীৰ দৰে হ’বলৈ সকলোৰে মন যায় । বিধাতাই যেন পৃথিৱীৰ সকলো সৌন্দৰ্য গোটাই সৃষ্টি কৰিলে পক্ষী কুলক । সেয়েহে আজিৰ ফটোগ্ৰাফী শিতানত আগবঢ়াইছো বিধাতাই অপৰূপ সুষমাৰে সৃষ্টি কৰা পক্ষী কুলৰ কিছু ফটোগ্ৰাফী । ৰং বিৰঙ- ফটোগ্ৰাফী শিতান – NE FOCUSফটোকেইখন লেন্সেৰে আৱদ্ধ কৰিলে সন্দীপ গগৈয়ে।

 

IMG-20161111-WA0039

IMG-20161111-WA0040

IMG-20161111-WA0041

IMG-20161112-WA0000

IMG-20161112-WA0005

IMG-20161112-WA0006

Leave A Reply

Your email address will not be published.