শব্দ প্ৰদূষণে চৌদিশে প্ৰদূষণ সৃষ্টি কৰাৰ সময়তে ব্যতিক্ৰম মাসডোৰ সামাজিক সংগঠনে বহন কৰিছে এক পদক্ষেপ। অহা ৮ মাৰ্চত আয়োজন কৰিছে নাৰী সকলকলৈ এক কাৰ্য্যসূচী। ট্ৰেফিক সচেতনতা আৰু পদপথৰ বিভিন্ন সমস্যাৰ সজাগতা নাৰীসকলে সৃষ্টি কৰিব। ইচ্ছুক প্ৰাৰ্থীয়ে অংশ গ্ৰহণৰ বাবে ৯৮৬৪০ ৪১৫৮২ যোগাযোগ কৰিব পাৰে। উল্লেখযোগ্য যে ১ জানুৱাৰীৰ দিনা মাসডোৰ ব্যতিক্ৰম কাৰ্য্যসূচী ৰাজ্যপালে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰিছিল।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা