অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ আন এক সন্মান।টৰণ্ট’ ইণ্টাৰনেশ্যনেল উইমেন ফিল্ম ফেষ্টিভেলত অভিনেত্ৰী গৰাকীলৈ এই সন্মান।টৰেণ্ট’ ইণ্টাৰনেশ্যনেল উইমেন ফিল্ম ফেষ্টিভেলত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।’ছেমখোৰ’ নামৰ চলচিত্ৰখনৰ বাবে আইমী বৰুৱালৈ এই সন্মান আগবঢাইছে।
Trending
- এইচ ডি এফ চি বেঙ্কে প্ৰৱঞ্চনাৰ পৰা মুক্ত হোৱাৰ প্ৰসাৰৰ বাবে ‘ভিজিল আণ্টি’ অভিযান আৰম্ভ কৰিছে
- চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন
- জামুগুৰিহাটত ব্যতিক্ৰমী ভাৱে স্বাধীনতা দিৱস উদযাপন
- ৰঙিয়াত মাৰোবাড়ী যুৱ মঞ্চৰ উদ্যোগত ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বৰ্ণিল কাৰ্যসূচী ৰূপায়ন
- ৰং তুলিকাৰ পৰশত জামুগুৰিহাটত জীৱন্ত ৰূপত দৃশ্যমান হৈছে স্বাধীনতা সংগ্ৰামৰ দেশপ্ৰেমমূলক দৃশ্য
- সপ্তম বৰ্ষত ভৰি দিলে এন ই ফকাচ ডট কমে
- ঐতিহাসিক চতিয়া থানাত দেৱাল অংকনত ৰং তুলিকা হাতত ল’লে বিধায়ক পদ্ম হাজৰিকাই
- গুৱাহাটী বিশ্ববিদ্যালয়ত ‘বিভাজন বিভীষিকা স্মৃতি দিৱস আৰু আজাদী কা অমৃত মহোৎসৱ উদযাপন
- ঢকুৱাখনাৰ নামনি আলিমুৰ ডাংধৰা আদৰ্শ অংগনৱাদী কেন্দ্ৰ উদ্ধোধন
- মডাৰ্ণ ইংলিছ স্কুলৰ বাটৰ নাট অনুষ্ঠিত