অসম এথলেটিকচ এছোচিয়েচনৰ সভাপতি লক্ষ্য কোঁৱৰ আৰু সাধাৰণ সম্পাদক অশোক কুমাৰ ভড়ালীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনায় যে অহা ২ নৱেম্বৰ পৰা ৬ নৱেম্বৰ ২০১৯ তাৰিখলৈ অন্ধ্ৰপ্ৰদেশত অনুষ্ঠিত হ’বলগীয়া 35th National Junior Athletics Championship খেলখনত অসমৰ পৰা অংশ গ্ৰহণ কৰাৰ বাবে এটি ৮ জনীয়া দলৰ লগত দলপতি হিচাপে কৰুনাধৰ দত্ত আৰু প্ৰশিক্ষক হিচাপে গোবিন্দ মালাকাৰৰ নেতৃত্বত ৰেলযোগে ৰাওনা হৈছে । উক্ত খেলত অংশ গ্ৰহণ কৰিব অৰূপজ্যোতি গগৈ ¸হেমাংগ বৰগোঁহাই ¸ ধ্ৰীতিশমান গোস্বামী ¸ ঐখিক গগৈ ¸ বিক্ৰম দাস ¸ অক্ষয় বড়ো ¸ বিকনি চামুৱা আৰু দিবাংকৰ চুবে ।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index