অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্য্যায়ৰ দুটা দলে অলপতে সফলতাৰে বিদেশ ভ্ৰমণ সম্পন্ন কৰে।নেচনেল এগ্ৰিকালচাৰেল হায়াৰ ইডুকেশ্যন প্ৰকল্পৰ অধীনত ৰাওনা হোৱা দল দুটা চুইজাৰলেণ্ড আৰু ফিলিপাইনছত ২০ দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি উভতি আহে।স্মতব্য যে কৃষি শিক্ষাৰ ক্ষেত্ৰত আমোল পৰিবৰ্তন আনিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদে বিশ্ববেংক আৰু ভাৰত চৰকাৰৰ সহযোগত নাহেপ নামৰ প্ৰকল্পটো আৰম্ভ কৰিছিল।ভ্ৰমণৰ কালত শিক্ষাৰ্থীসকলে জৈৱিক কৃষি আৰু গাহৰি পালনৰ সম্পৰ্কত প্ৰশিক্ষণ লাভ কৰে।
Trending
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল
- দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত অসম ফিজিঅ’কন ২০২৪
- জনসজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন
- পামহী আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন -লাইখুটা স্থাপন
- লেখিকা সমাৰোহ সমিতিৰ বৈঠক সম্পন্ন
- বৰপেটা জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিভিন্ন আচঁনিৰ ৰূপায়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- মেৰা যুৱ ভাৰত অভিযানৰ প্ৰথম বাৰ্ষিকী সম্পন্ন