অসম ৰাজ্যিক পৰিবহন নিগমে the chalo শীৰ্ষক এটা এপ মুকলি কৰে।মহানগৰীৰ হোটেল ৰেডিচন ব্লুত আয়োজিত এক অনুষ্ঠানত এই এপটো আনুুুষ্ঠানিকভাৱে মুকলি কৰে পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।জানিব পৰা মতে এই এপটোৰ জৰিয়তে যাত্ৰীয়ে টিকট বুকিঙকে আদি কৰি বাছ গতি ,অৱস্থিতিৰ বিষয়ে সম্ভেদ জ পাব পাৰিব ।এই এপটোৱে যাত্ৰীৰ জৰুৰীকালীন সময়ত সহায়ক হ’ব।এপটোৰ সম্পৰ্কত অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে যাত্ৰী সকলক সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই এপৰ ব্যৱস্থা কৰা হৈছে ।আশাকৰো এপটোৱে সময়ত মাইলৰ খুটি হিচাপে কাম কৰিব।উল্লেখযোগ্য যে অসম ৰাজ্যিক পৰিবহন নিগমে ছাত্ৰৰ বাবে, ৩০%,ছাত্ৰীৰ বাবে ৩৫%জেষ্ঠ্য নাগৰিকৰ বাবে ৫০%,দিবাংগ আৰু মুক্তি যুঁজাৰুৰ বাবে ১০০%,মেডিয়াৰ বাবে ৮০%ৰেহাই মূল্যত যাতায়তৰ ব্যৱস্থা কৰিছে।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা