ফিচ ফেষ্টিভেল অনুষ্ঠিত

0 397

মহানগৰীৰ হোটেল পালাচিঅ’ত আজিৰে পৰা অনুষ্ঠিত হৈছে ফিচ ফেষ্টিভেল।এই ফিচ ফেষ্টিভেলটো এমাহ ধৰি চলিব।মাছৰ বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ ফেষ্টিভেলটোত উপলব্ধ হ’ব ।ইচ্ছুক সকলে পুৱা ১২বজাৰ পৰা৪ বজালৈ আৰু সন্ধিয়া ৭বজাৰ পৰা ১১বজালৈ ফেষ্টিভেলৰ খাদ্য জুতি ল’ব পাৰিব ।উল্লেখযোগ্য যে নুন্যতম ৩৮০টকাৰ পৰা ৭০০টকাৰ ভিতৰত মাছ যিকোনো ধৰণৰ খাদ্য জুতি ল’ব পাৰিব ।

Leave A Reply

Your email address will not be published.