অহা ১ ছেপ্তেম্বৰত দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব কাজিৰঙা জাতীয় অৰ্কিড উদ্যান

0 189

★অহা ১ ছেপ্তেম্বৰত দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ব কাজিৰঙা জাতীয় অৰ্কিড উদ্যান৷
★পৰ্যটকক আদৰিবলৈ নতুন ৰূপত সজাই তোলা হৈছে অৰ্কিড উদ্যানখন৷
★পৰ্যটকৰ মনোৰঞ্জন তথা অসমৰ জাতীয় সংস্কৃতি পৰ্যকৰ আগত প্ৰদৰ্শনৰ বাবে আখৰাত ব্যস্ত হৈছে অৰ্কিড উদ্যানখনৰ সাংস্কৃতিক কৰ্মীসকল৷
★প্ৰায় পাঁচ মাহৰ বিৰতিৰ পাছত পুনৰ মুকলি কৰিবলৈ সাজু হৈছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান কৰ্তৃপক্ষ৷

Leave A Reply

Your email address will not be published.