এইবাৰ যশস্বী অভিনেতা আদিল হুছেইনক দেখা যাব আমেৰিকাৰ বিখ্যাত ৱেব টেলিভিজন ছিৰিজ ,’Stra Trek: Discovery’ ত । অলপতে ‘ৰাহগীৰ’ আৰু ‘নিৰ্বাণ ইন’ নামৰ চলচিত্ৰ দুখন আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ৱল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হৈ যায় । অসমৰ গোৱালপাৰাৰ সু সন্তান আদিল হুছেইনে দুয়োখন চলচিত্ৰতে মূল চৰিত্ৰত অভিনয় কৰিছে । উল্লেখযোগ্য যে আদিল হুছেইনে ভায়ামামাৰ জৰিয়তে অভিনয় জগতত প্ৰবেশ কৰিছিল ।
Trending
- বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত ৰাজ্যিক পৰ্য্যায়ৰ অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ অংশগ্রহণ
- অন্ধ্ৰপ্ৰদেশৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ পলাশবাৰী – চানডুবি পথ পৰিদৰ্শন – অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক ভূয়সী প্ৰশংসা
- ধ্ৰুপদী ভাষাৰ মৰ্যাদা অসমীয়া ভাষা
- এয়াৰটেলে স্পামক ক্ৰেক কৰিলে, স্পাম চিনাক্তকৰণৰ বাবে ভাৰতৰ প্ৰথম AI-চালিত নেটৱৰ্ক চলুশ্বন মুকলি কৰিলে
- ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষলৈ আপৰ স্মাৰকপত্ৰ-অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী আপৰ
- অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ- মুখ্যমন্ত্ৰীক আনুষ্ঠানিক কৃতজ্ঞতা অগপৰ
- NECTAR Conducts STEM Workshop for Meghalaya Teachers, Boosting Science and Tech Education
- নতুনকৈ সৃষ্টি কৰা উপ-জিলা(সম জিলা)ৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ সামৰ্থ বৃদ্ধি কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি -নামঘৰৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ