বহু প্ৰত্যাক্ষিত অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ আজি ফলাফল ঘোষণা কৰিছে। যোৱা ২২ নৱেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল। ৫৯৭ টা পদৰ বাবে হৈছিল পৰীক্ষা । পৰীক্ষাৰ ৰিজাল্ট চাবলৈ slprbassam.in লিংকত গৈ ক্লিক কৰিব পাৰে।উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত ৰাজ্যৰ ১৫৪টা কেন্দ্রত অনুষ্ঠিত হোৱা এছ আই পদৰ পৰীক্ষাৰ অনুষ্ঠিত হৈছিল৷ মুঠ ৫৭৯টা এছ আই পদৰ প্রশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰিছিল৷
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index