অহাকালি দৰং জিলাৰ পুৰস্কাৰ প্ৰাপ্ত স্বচ্ছ তথা আদৰ্শ গাঁও হালধাৰ উদ্যোগত বৰনদী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ সহযোগত পুৱা ৬ বজাৰ পৰা চাফাই কৰ্মৰে আৰম্ভ হ’ব শান্তি আৰু মানৱতা সন্দৰ্ভত এক বিশেষ অনুষ্ঠান।১০ বজাত অনুষ্ঠিত হ’বলগীয়া মূল অনুষ্ঠানত “শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ” শীৰ্ষক প্ৰেৰণাত্মত বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে শান্তি আৰু মানৱতা সন্দৰ্ভত বিশ্লেণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াব অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত বিশ্ব সংবিধান সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মত অনুষ্ঠানৰ পিছতেই ন লগোৱা অনুষ্ঠান অনুষ্ঠিত হ’ব। উক্ত সমূহ কাৰ্যসূচীৰ মিডিয়া পাৰ্টনাৰ হিচাপে আছে এন ই ফ’কাচ ডট কমৰ লগতে দুটা পৰ্টেল।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ