এডাল কাঠতে ১৭বিধ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰা শিল্পীজনৰ কথাৰে

0 617

এজন বিশেষ শিল্পী।শিল্পী গৰাকীয়ে  প্ৰতিমা পাণ্ডে বৰুৱাৰ দিনৰে পৰা বিভিন্ন বাদ্য যন্ত্ৰ বনাই আহিছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে তেখেতে এডাল কাঠতে কোনো ধৰণৰ আঠা বা জোৰা নিদিয়াকৈ ১৭ বিধ বিভিন্ন বাদ্য যন্ত্ৰ বনাব পাৰে।এই বিশেষ ব্যক্তিজনৰ নাম দুলাল চন্দ্ৰ ৰায়।ঘৰ ধুবুৰীৰ কুৰীৰপাৰাত।
তেখেতে দশক জোৰা সাধনাৰে এই সকলোবোৰ সম্ভৱ কৰি তুলিছে।উল্লেখযোগ্য যে তেখেত বাদ্যযন্ত্ৰ বনোৱাৰ লগতে পৰিবেশনো কৰে।ইতিপূৰ্বেও প্ৰতিমা বৰুৱা পাণ্ডে বৰুৱাৰ লগত বাদ্যযন্ত্ৰ সংগত কৰিছিল। আগন্তুক দিনত দুলাল চন্দ্ৰ ৰায়ে এদাল কাঠেৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বাদ্যযন্ত্ৰ বনোৱাৰ প্ৰয়াস কৰিব।
খবৰ যুগুতালে গোলকগঞ্জৰ পৰা দীপ মহন্তই।

Leave A Reply

Your email address will not be published.