১৩ডিচেম্বৰ পৰা ১৫ ডিচেম্বৰলৈ হায়দৰাবাদত অনুষ্ঠিত সৰ্বভাৰতীয় জনসম্পৰ্কৰক্ষী সমাজৰ ৪১সংখ্যক সন্মিলনত নুমলীগড শোধনাগাৰ লিমিটেডে ঘৰুৱা মুখগ্ৰন্থ ইংৰাজী শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।এই পুৰস্কাৰ গ্ৰহণ কৰে এন আৰ এলৰ উপ মহাপ্ৰবন্ধক মধুচন্দা অধিকাৰীয়ে।পি আৰ এছ আইৰ ৰাষ্ট্ৰীয় সভাপতি ডক্টৰ অজিত পাঠকৰ পৰা শিক্ষাবিদ,বুদ্ধিজীৱি ,৩০০ৰো অধিক জনসম্পৰ্কৰক্ষীৰ উপস্থিতিত তেখেতে এই বঁটা গ্ৰহণ কৰে।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি