এন ডি আৰ এফে চেনিটাইজ কৰিলে শিৱসাগৰৰ বিভিন্ন স্থান

0 291

দ্বাদশ  বেটেলিয়ন এন. ডি. আৰ. এফ. ‘চি’ কোম্পানীৰ ইন্সপেক্টৰ মিলন বিশ্বাসৰ নেতৃত্বত এটি দলে আজি ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে শিৱসাগৰ চহৰৰ বিভিন্ন ৰাজহুৱা স্থানত বীজানুনাশক স্প্রে (চেনিটাইজেচন) কৰে। এই অভিযানত বিশেষকৈ চিকিৎসালয় চৌহদ, বিদ্যালয়, মহাবিদ্যালয়, ৰাজহুৱা বাছ আস্থান, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়, এ. টি. এম., উপায়ুক্ত কাৰ্য্যালয়, ধাৰ্মিক স্থান আদি চেনিটাইজাৰ স্প্রে কৰি বীজাণুমুক্ত কৰা হয়।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.