পশ্চিম গুৱাহাটীৰ আজাৰা কাহিকুঁছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত আৰু কেন্দ্ৰৰ মুৰব্বী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ নেতৃত্বত কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়কুচি গাঁৱত আজি অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অধীনত এক সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে জয়কুচি গাঁওত কচু শস্য প্রকল্পৰ সাহাৰ্যত ২০ জন কৃষক মিলি আহিনীয়া কচুৰ খেতি কৰে । কচুৰ বীজ, চাহিদা আৰু বজাৰ দখল কৰাৰ লক্ষ্যৰে ৪০ জনৰো অধিক গাঁওবাসীৰ মাজত কচুখেতিৰ ওপৰত কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যান শস্য বিশেষজ্ঞা ড০ দৰদী প্রিয়ম দুৱৰাই চমুকৈ বাখ্যা দাঙি ধৰে। আনহাতে সভাত কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী আৰু বিশেষজ্ঞ ৰিজুৱানূল হেলিমও সহযোগ কৰে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী