কেন্দ্রীয় চৰকাৰে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ সাহাৰ্য্য পুঁজি মুকলি কৰিছে। ভাৰতৰ ২২খন ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ ৭৫৬২ কোটি টকা মুকলি কৰিছে।এই ২২খন ৰাজ্যৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ৬খন ৰাজ্য আছে। উল্লেখযোগ্য যে অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগলৈ কেন্দ্রীয় চৰকাৰে ৩৪০.৪০কোটি টকা আগবঢ়াইছে।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ