কাৰাটে এচ’চিয়েচন অৱ ইণ্ডিয়াৰ দ্বাৰা অনুমোদিত সংস্থা অল ভাৰত চোট’কান কাৰাটে ডি ফেডাৰেচনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গোৱালপাৰাৰ ৩জন খেলুৱৈয়ে।ইনামূল হক, হামিদুল ৰহমান, ছাইদুৰ ৰহমানে অলপতে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।উল্লেখযোগ্য যে যোৱা ২৬ এপ্ৰিলত উত্তৰ প্ৰদেশত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শনৰে তেওঁলোকে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন