কাৰাটে এচ’চিয়েচন অৱ ইণ্ডিয়াৰ দ্বাৰা অনুমোদিত সংস্থা অল ভাৰত চোট’কান কাৰাটে ডি ফেডাৰেচনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গোৱালপাৰাৰ ৩জন খেলুৱৈয়ে।ইনামূল হক, হামিদুল ৰহমান, ছাইদুৰ ৰহমানে অলপতে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।উল্লেখযোগ্য যে যোৱা ২৬ এপ্ৰিলত উত্তৰ প্ৰদেশত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শনৰে তেওঁলোকে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে।
Trending
- অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পুথিভঁৰাল সেৱা সঞ্চালয়কালয়ৰ সহযোগত মামণি ৰয়ছম গোস্বামী জয়ন্তী উদযাপন
- ৰাণীত হাতীৰ উপদ্ৰৱৰ মাজতে কৃষকৰ মাজত বন বিভাগৰ সহযোগত এন জি অ’ৰ টৰ্ছলাইট বিতৰণ
- তামুলপুৰত পথ সুৰক্ষা সম্পৰ্কীয় সজাগতা কাৰ্য্যসূচী
- দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত জাপান কাৰ্নিভাল – ২০২৪ ৰ সামৰণি
- কমলপুৰৰ পখিয়াচুবা যুৱ সমাজৰ উদ্যোগত মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি
- আপেন চিগনেল (Opensignal ) তথ্য অনুসৰি এয়াৰটেল হৈছে অসমৰ শীর্ষস্থানীয় মোবাইল নেটৱৰ্ক সেৱা প্রদানকাৰী
- মহিলাৰ দিহানাম প্ৰতিযোগিতা সম্পন্ন
- সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল