জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত গ্ৰন্থ মেলা

0 296


আজিৰে পৰা বৃহত্তৰ নদুৱাৰ অঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ত্যাগবীৰ হেম বৰৱা মহাবিদ্যালয়ৰ হৰকান্ত গগৈ পেক্ষাগৃহত গুৱাহাটীৰ “সতীৰ্থ”উদ্যোগত এখন গ্ৰন্থ মেলা অনুষ্ঠিত হয় ৷ তিনিদিনীয়াকৈ আয়োজিত এই গ্ৰন্থ মেলাত স্নাতক পৰ্য্যায়ৰ প্ৰয়োজনীয় পাঠ্যপুথি সমুহ বিশেষভাৱে উপলব্ধ কৰিবৰ বাৱে আয়োজন কৰা হৈছে যদিও স্থানীয় গ্ৰন্থপ্ৰেমী পঢুৱৈ সমাজে বিচৰা ধৰণে বিভিন্ন গ্ৰন্থ লাভ কৰিব বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড°অজিত হাজৰিকাই জানিবলৈ দিয়ে ৷গ্ৰন্থ মেলাখনিৰ শুভাৰাম্ভ কৰে মহবিদ্যালয়ৰে অৱসৰী উপাধক্ষ্য অৰুণ শৰ্মাই৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.