জীৱন চিলা নৈ উৎসৱ-জীৱনৰ এক পৰিক্ৰমা

0 482

সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হোৱা চিলা খেলে প্ৰাণ পাই উঠিছে জীৱন চিলা নৈ উৎসৱত।নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই উৎসৱে এজাক প্ৰজন্মক চিলা উৰুৱাৰ প্ৰতি আকৰ্ষিত কৰি তোলাই নহয়, নদীৰ দাঁতিকাষৰীয়া ঠাইক স্বচ্ছ কৰি তোলাৰ বাবে সজাগ কৰি তুলিছে ।এই সম্পৰ্কে সুৰেশ ৰঞ্জন গদুুুকাই কয় জীৱন চিলা নৈ উৎসৱৰ সমান্তৰাল ভাৱে বিভিন্ন সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে।উৎসৱতে আকাৰৰ উদ্যোগত মুখাশিল্প প্ৰদৰ্শন কৰিছে।শিল্পী দেৱকান্ত হাজৰিকাই মুখা প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।মহানগৰীৰ ফেঞ্চিঘাটত এই উৎসৱ অনুষ্ঠিত হৈ আছে ।

Leave A Reply

Your email address will not be published.